Jan 10, 2024 1 min read community
শিৱসাগৰ পৌৰসভা, অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান, সংকল্প আঞ্চলিক পযায়ৰ সংগঠন, আৰু শিৱসাগৰ নগৰৰ সকলো আত্মসহায়ক গোটৰ উদ্যোগত অহা ১০ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈ পুৰণি পৌৰসভা কাৰ্যালয় চৌহদত অনুষ্ঠিত হোৱা ভুগলী মেলাৰ বাবে আমাৰ সৈতে যোগদান কৰক। আপোনাৰ উপস্থিতিয়ে উদযাপনত আনন্দ বৃদ্ধি কৰিব!